176 ৱাই এছ আৰ ৰেড্ডীৰ মৃত্যু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ আৰ ৰেড্ডীৰ মৃত্যু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ আৰ ৰেড্ডীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য দৰকাৰী নথিপত্ৰত অন্তৰ্ভুক্ত হোৱাটো উচিত 177 ভাৰতৰত্নৰ সংগীতজ্ঞসকল ভাৰতৰত্ন বিজয়ী সংগীতজ্ঞসকলৰ তথ্য বিখ্যাত সংগীতজ্ঞসকল (তাৰ ভিতৰত কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীসকল যেনে ৰবি শঙ্কৰ, এম. এছ. সুব্বালক্ষ্মী আৰু লতা মঙ্গেছকাৰ)ৰ তথ্য দৰকাৰী নথিপত্ৰত অন্তৰ্ভুক্ত কৰাটো উচিত যিসকলক ভাৰত ৰত্ন প্ৰদান কৰা হয়। এই সংগীতজ্ঞসকলৰ বিষয়ৰ ৰচনাসমূহ (যেনে চমু জীৱনী, সংগীতানুষ্ঠানৰ সমীক্ষা) তেতিয়ালৈ দৰকাৰী নহয় যেতিয়ালৈকে তেওঁলোকে ভাৰত ৰত্ন লাভ কৰিছে বা কৰিব বুলি নিৰ্দিষ্টকৈ উল্লেখ নকৰে 178 এম.জি.এন.আৰ.ই.জি.এ. যোজনা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য সংস্থাপন নিশ্চয়তা আইন (এম জি এন আৰ ই জি এ)ৰ অন্তৰ্ভুক্ত মুখ্য আঁচনিসমূহ এম জি এন আৰ ই জি এৰ কাৰ্যকৰী আৰু ইয়াৰ মুখ্য আঁচনিসমূহ, এশ দিনীয়া কামৰ নিশ্চয়তাৰ তথ্য দৰকাৰী নথিপত্ৰত লিখি ৰাখিব লাগে। নথি এখন অদৰকাৰী হʼব পাৰে যদিহে ই প্ৰকৃত কাৰ্যকৰী আঁচনিবোৰৰ সম্পূৰ্ণ তথ্য দিয়াৰ পৰিৱৰ্তে কেৱল এম জি এন আৰ ই জি এৰ লগত জড়িত ভ্ৰষ্টাচাৰৰ বিষয়ে আলোচনা কৰে 179 অষ্ট্ৰেলিয় দূতাবাসৰ বোমা বিস্ফোৰণ জাকাৰ্টাৰ অষ্ট্ৰেলিয় দূতাবাসৰ সন্মুখত বোমা বিস্ফোৰণ জাকাৰ্টাৰ অষ্ট্ৰেলিয় দূতাবাসৰ সন্মুখত হোৱা বোমা বিস্ফোৰণৰ তথ্য দৰকাৰী নথিপত্ৰত অন্তৰ্ভুক্ত কৰাট উচিত। এই বোমা বিস্ফোৰণৰ পৰৱৰ্তী অনুসন্ধানবোৰৰ তথ্য অদৰকাৰী। 180 ইউৰো গ্ৰহণ কৰা দেশসমূহ বিভিন্ন ইউৰোপীয় দেশসমূহে ইউৰোক মুদ্ৰা হিচাপে গ্ৰহণ ইউৰোপৰ বিভিন্ন দেশসমূহে ইউৰোক মুদ্ৰা হিচাপে গ্ৰহণ কৰাৰ তথ্য দৰকাৰী নথিপত্ৰত থকাটো প্ৰয়োজনীয়। ইউৰোপৰ বাহিৰত থকা দেশ আৰু উপনিবেশসমূহৰ তথ্য দৰকাৰী নহয়। 181 ৭০০ উইকেট লোৱা প্ৰথম টেষ্ট ক্ৰেকেট খেলুৱৈ ৭০০ উইকেট লোৱা প্ৰথম টেষ্ট ক্ৰেকেট খেলুৱৈ ৭০০ ইউকেট লোৱা প্ৰথম টেষ্ট বʼলাৰ হিচাপে খ্যাতি অৰ্জন কৰা শ্বেন ৱাৰ্ণৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয় 182 <ষ্টিভ আৰউইনৰ মৃত্যু ঘঁৰিয়াল বধ কৰোটা ষ্টিভ আৰউইনৰ মৃত্যু কৰুণ মৃত্যু সাৱটি লোৱা ঘঁৰিয়াল বধ কৰোটা ষ্টিভ আৰউইনৰ মৃত্যুৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো উচিত 183 ২০০৮ৰ বোমা বিষ্ফোৰণত ধ্বংসপ্ৰাপ্ত গুৱাহাটী ২০০৮চনৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিষ্ফোৰণৰ ফলস্বৰূপে লোক তথা সা-সম্পত্তি বিনষ্ট হয় ২০০৮চনৰ ৩০ অক্টোবৰ তাৰিখে গুৱাহাটীত সংঘটিত ধাৰাবাহিক বোমা বিষ্ফোৰণৰ ফলস্বৰূপে আহত, নিহত আৰু সা-সম্পত্তিৰ বিনষ্টৰ তথ্য দৰকাৰী নথি পত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। একে দিনাই অসমৰ অইন ঠাইত ঘটা বোমা বিষ্ফোৰণবোৰৰ তথ্য দৰকাৰী নহয়। 184 চামুণ্ডা মন্দিৰ ছত্ৰভঙ্গ যোধপুৰৰ চামুণ্ডা মন্দিৰ ছত্ৰভংগত আঘাটপ্ৰাপ্ত লোকসকল যোধপুৰৰ চামুণ্ডা মন্দিৰ ছত্ৰভংগত আঘাটপ্ৰাপ্ত লোকসকলৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো উচিত। 185 আদৰ্শ হাউচিং চʼছাইটিৰ কেলেংকাৰীৰ পদত্যাগ আদৰ্শ হাউচিং চʼছাইটিৰ কেলেংকাৰীৰ বাবে মুখ্যমন্ত্ৰী পদত্যাগ আদৰ্শ হাউচিং চʼছাইটিৰ কেলেংকাৰীৰ লগত জড়িত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অশোক চাৱনৰ পদত্যাগৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়া। কেলেংকাৰীৰ অন্য দিশবোৰৰ (যেনে কৰায়ত্ত, পদত্যাগ) লগত জড়িত বাতৰি প্ৰৱন্ধবোৰ প্ৰয়োজনীয়া নহয়। 186 অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰৰ ওপৰত আক্ৰমণ অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰৰ ওপৰত আক্ৰমণ অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰৰ ওপৰত আক্ৰমণৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। নিৰ্দিষ্ট ঘটনাৰ উল্লেখ নকৰাকৈ সাধাৰণৰ আক্ৰমণৰ আলোচনা দাঙি ধৰা নথিপত্ৰবোৰ দৰকাৰী। 187 দিল্লীৰ মেট্ৰʼ সেৱাৰ আৰম্ভণি দিল্লীৰ মেট্ৰʼ সেৱাৰ আৰম্ভণি অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা সুভাৰম্ভ কৰা দিল্লীৰ মেট্ৰʼ সেৱাৰ দৰকাৰী তথ্য নথিপত্ৰত উল্লেখ থকাটো উচিত। আধাৰশিলাৰ স্থাপনৰ অনুষ্ঠানৰ তথ্য প্ৰয়োজনীয় নহয়। 188 ভাৰতীয় নাগৰিকৰ পাকিস্তানৰ চোৰাংচোৱা ভাৰতীয় নাগৰিকক অভিযুক্ত পাকিস্তানৰ চোৰাংচোৱা হিচাপে ভাৰতীয় কূটনৈতিক মাধুৰী গুপ্তাক পাকিস্থানৰ চোৰাংচোৱা হিচাপে অভিযুক্ত কৰিছিল। পাকিস্থানৰ চোৰাংচোৱাগিৰি কৰা এনেবোৰ ব্যক্তি যিসকল ভাৰতীয় নাগৰিক আৰু অভিযুক্ত নাইবা কৰায়ত্ত কৰিছে তেওঁলোকৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো উচিত। 189 শিক্ষাৰ অধিকাৰ আইন ভাৰতত শিক্ষাৰ অধিকাৰ আইনৰ অনুমোদন লোক সভা আৰু ৰাজ্য সভাত অনুমোদিত ভাৰতত শিক্ষাৰ অধিকাৰ আইন আৰু ইয়াৰ পৰা ছাত্ৰসকলে লাভ কৰা সুবিধাবোৰৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো উচিত। 190 বিজেপি যশৱন্ত সিঙৰ কৰ্মচ্যুত বিজেপি যশৱন্ত সিঙৰ কিতাপখনৰ মতানৈক্যৰ বাবে কৰ্মচ্যুত বিজেপি যশৱন্ত সিঙৰ মহম্মদ আলি জিন্নাহৰ ওপৰত ৰচিত কিতাপখনৰ মতানৈক্যৰ বাবে কৰ্মচ্যুতৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 191 গোৰ্খালেণ্ড দাবী জিজেএমৰ প্ৰধান বিমল গুৰুঙৰ দ্বাৰা গোৰ্খালেণ্ড দাবী জিজেএমৰ প্ৰধান বিমল গুৰুঙৰ দ্বাৰা বিভিন্ন ঠাই, অনুষ্ঠান আৰু বিভিন্ন ধৰণে গোৰ্খালেণ্ডৰ দাবী উত্থাপনৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 192 শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলৰ ওপৰত আক্ৰমণ পাকিস্তানত শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলৰ ওপৰত আক্ৰমণ পাকিস্তানত শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। নথিপত্ৰবোৰ অদৰকাৰী যিবোৰে প্ৰকৃত আক্ৰমণৰ সবিশেষ দাঙি নধৰাকৈ প্ৰতিক্ৰিয়া নাইবা মতবিৰোধৰ আলোচনা আগবঢ়ায়। 193 ভাৰতৰ প্ৰথম মহিলা অধ্যক্ষা ভাৰতৰ লোক সভাত প্ৰথম মহিলা অধ্যক্ষাৰ নিযুক্তিৰ তথ্য মীৰা কুমাৰৰ ভাৰতৰ লোক সভাত প্ৰথম মহিলা অধ্যক্ষা হিচাপে নিযুক্তিৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। তেখেতৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ ব্যাখ্যা কৰা প্ৰৱন্ধবোৰো প্ৰয়োজনীয়। 194 ২০০১ত সাহিত্যৰ বাবে লাভ কৰা নʼবেল বঁটা বিজেতা ২০০১ত সাহিত্যৰ বাবে লাভ কৰা নʼবেল বঁটা বিজেতা ভি.এছ. নাইপʼল ২০০১ত সাহিত্যৰ বাবে লাভ কৰা নʼবেল বঁটা বিজেতা ভি.এছ. নাইপʼলৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। নাইপʼলৰ বঁটাবোৰৰ কথা উল্লেখ নকৰা প্ৰৱন্ধবোৰ প্ৰয়োজনীয় নহয়। 195 ২০০৩ত এচিয়ান কাপ বিজেতা কোনটো ভাৰতীয় দলে ২০০৩ত জাকাৰ্টাত অনুষ্ঠিত এচিয়ান কাপ লাভ কৰিছে? ২০০৩ত জাকাৰ্টাত অনুষ্ঠিত এচিয়ান কাপ প্ৰতিযোগীতাত ইষ্ট বেংগল ক্লাবৰ ঐতিহাসিক জয়ৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 196 ভাৰতৰ লোকপিয়ল ২০০১ ২০০১ চনৰ ভাৰতৰ লোকপিয়ল ২০০১ত গণনা কৰা ভাৰতৰ লোকপিয়লৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। ইয়াৰ আৰম্ভণি, উন্নতি আৰু ফলাফলবোৰ (ইয়াৰ ওপৰিও লিঙ্গ অনুপাত আৰু ধৰ্ম)ৰ তথ্য দৰকাৰী। 197 ভূজৰ ভূমিকম্প ২০০১ৰ ভূজৰ ভূমিকম্প আৰু ইয়াৰ দ্বাৰা হোৱা ধ্বংস গুজৰাটৰ ভূজত হোৱা ভূমিকম্প আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 198 ভাৰতীয় দলৰ দলপতি ধোনী ভাৰতীয় ক্ৰিকেট দলৰ দলপতি হিচাপে মহেন্দ্ৰ সিং ধোনীৰ নিযুক্তি ভাৰতীয় ক্ৰিকেট দলৰ দলপতি হিচাপে মহেন্দ্ৰ সিং ধোনীৰ নিযুক্তিৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 199 প্ৰফেট মহম্মদ পুতলা আলোড়ন মুছলিমসকল ক্ষুণ্ণ হৈ পৰিছিল যেতিয়া প্ৰফেট মহম্মদক পুতলা সজাইছিল যেতিয়া প্ৰফেট মহম্মদক পুতলা সজাইছিল, তেতিয়া মুছলিমসকল ক্ষুণ্ণ হৈ পৰাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 200 নেট ৱেষ্ট চিৰিজৰ ২০০২ৰ ফলাফল ইলেণ্ডত খেলা নেট ৱেষ্ট চিৰিজত (২০০২) ভাৰতৰ বিজয় ২০০২ত নেট ৱেষ্ট চিৰিজত ভাৰতৰ বিজয়ৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 201 প্ৰথম ইৰাকীয় নিৰ্বাচন ২০০৫ত ইৰাকত প্ৰথম সাধাৰণ নিৰ্বাচন ২০০৫ত ইৰাকত প্ৰথম সাধাৰণ নিৰ্বাচনৰ লগতে সেইবোৰৰ শান্তিমূলক পৰিসমাপ্তিৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 202 বিশিষ্ট ব্যক্তিসকলৰ ওপৰত জোতা নিক্ষেপ বিশিষ্ট ব্যক্তিসকলৰ ওপৰত জোতা নিক্ষেপৰ ঘটনা অলপতে এজন ইৰাকীয় সাংবাদিকে আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডাব্লিউ বুশ্বলৈ জোতা নিক্ষেপ কৰিছিল। একে ঘটনাত সাংবাদিক জৰ্নেল সিঙে গৃহমন্ত্ৰী পি. চিদাম্বৰণৰ ওপৰতো জোতা নিক্ষেপ কৰিছিল। এনেকুৱা ঘটনা যিবোৰত বিশিষ্ট ব্যক্তিসকলৰ ওপৰত জোতা নিক্ষেপ কৰা ঘটনাবোৰৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। অপৰাধীসকলৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ তথ্য দৰকাৰী নহয়। 203 প্ৰথম ভাৰতীয় জনহীন চন্দ্ৰ অভিযান প্ৰথম ভাৰতীয় জনহীন চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ নিৰ্মাণ আৰু সাফল্যজনক মুকলিকৰণ প্ৰথম ভাৰতীয় জনহীন চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ নিৰ্মাণ আৰু সাফল্যজনক মুকলিকৰণৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 204 ভাৰতীয় সংসদত সংন্ত্ৰাসবাদীৰ আক্ৰমণ ২০০১ত ভাৰতীয় সংসদত সংন্ত্ৰাসবাদীৰ আক্ৰমণ ভাৰতীয় সংসদত সংন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু সন্ত্ৰাসবাদী দল জড়িত থকা তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। প্ৰকৃত আক্ৰমণৰ বৰ্ণনা দিয়াৰ পৰিৱৰ্তে মানুহৰ প্ৰতিক্ৰিয়াৰ তথ্য দিয়া নথিবোৰ দৰকাৰী নহয়। 205 পলিঅʼ নিৰ্মূল অভিযান ভাৰতত ইউনিচেফৰ পʼলিঅ নিৰ্মূল অভিযান ভাৰতত ইউনিচেফৰ পʼলিঅ নিৰ্মূল অভিযানৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 206 অভিযুক্ত আজমল আছভ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত আজমল আছভৰ বিৰুদ্ধে অভিযোগ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত মূল অভিযুক্ত আজমল আছভৰ বিৰুদ্ধে অভিযোগৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 207 ছানিয়া মিৰ্জাৰ বিবাহ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিবাহ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ পাকিস্তানৰ ক্ৰিকেট খেলুৱৈ ছোয়েব মালিকৰ লগত বিবাহৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 208 মহেন্দ্ৰ সিং ধোনী ৰাষ্ট্ৰীয় পুৰষ্কাৰ মহেন্দ্ৰ সিং ধোনীলৈ পদ্মশ্ৰী বঁটা মহেন্দ্ৰ সিং ধোনীয়ে লাভ কৰা পদ্মশ্ৰী বঁটাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 209 বাঁও পন্থীৰ ইউ পি এৰ পৰা সমৰ্থন প্ৰত্যাহাৰ পাৰমাণৱিক সম্পৰ্কৰ কাৰণে বাঁও পন্থীৰ ইউ পি এৰ পৰা সমৰ্থন প্ৰত্যাহাৰ পাৰমাণৱিক সম্পৰ্কৰ কাৰণে বাঁও পন্থীৰ ইউ পি এ-১ৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 210 পশ্চিম বংগ এম আই জি দুৰ্ঘটনা পশ্চিম বংগ এম আই জি বিমান দুৰ্ঘটনা ২০০১-২০১০ৰ সময়ছোৱাত পশ্চিমবংগত এম আই জি বিমান দুৰ্ঘটনাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 211 বিশ্ব অহিংস দিৱস ইউএনওৰ দ্বৰা বিশ্ব অহিংস দিৱস হিচাপে ঘোষণা ইউএনওৱে ২অক্টোবৰত বিশ্ব অহিংস দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে । এই ঘোষণাৰ লগত জড়িত তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 212 চলচিত্ৰ চেঞ্চৰ বʼৰ্ডৰ মহিলা অধ্যক্ষা চলচিত্ৰ চেঞ্চৰ বʼৰ্ডৰ মহিলা অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কোনো মহিলাক চলচিত্ৰ চেঞ্চৰ বʼৰ্ডৰ মহিলা অধ্যক্ষা হিচাপে নিযুক্তি দিয়াৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। মহিলা অধ্যক্ষাই হাতত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ তথ্য। 213 ২০১০ৰ দিল্লীৰ অটʼ এক্সপʼ ২০১০ৰ দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত অটʼ এক্সপʼ ২০১০ৰ দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত অটʼ এক্সপʼৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। 214 হৰভজন সিঙে শ্ৰীচান্থক চৰিয়াইছে অই পি এলৰ এখন খেলত হৰভজন সিঙে শ্ৰীচান্থক চৰিওৱাৰ ঘটনা আৰু তাৰপিছৰ অনুশাসনমূলক পদক্ষেপ অই পি এলৰ এখন খেলত হৰভজন সিঙে শ্ৰীচান্থক চৰিওৱাৰ ঘটনাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। এই দোষৰ বাবে হৰভজন সিঙে লাভ কৰা শাস্তিৰ তথ্যও দৰকাৰী। 215 ভাৰতীয় প্ৰাণৱন্ত চলচিত্ৰ উদ্যোগ ভাৰতত উঠি অহা প্ৰাণৱন্ত চলচিত্ৰ উদ্যোগ লগতে ভাৰতীয় ষ্টুডিঅʼবোৰৰ দ্বাৰা নিৰ্মিত চলচিত্ৰসমূহ দৰকাৰী বিষয়সমূহ যেনে: ভাৰতত উঠি অহা প্ৰাণৱন্ত উদ্যোগ, উদ্যোগৰ অৰ্থনীতি, নতুন প্ৰাণৱন্ত চলচিত্ৰ আৰু ভাৰতৰ ষ্টুডিঅʼত নিৰ্মিত চুটি ছবি আৰু ব্যৱহৃত কৌশল আৰু প্ৰযুক্তিবিদ্যাক সামৰি লয়। প্ৰাণৱন্ত পাঠ্যক্ৰমবোৰ, পাঠ্যক্ৰম সূচী, শিক্ষানুষ্ঠান আৰু ট্ৰেইনিং চেণ্টাৰসমূহৰ তথ্য দৰকাৰী নহয়। 216 গ্ৰামীণ বেঙ্ক মুহম্মদ য়ুনুছৰ বিতৰ্ক গ্ৰামীণ বেঙ্ক কাৰ্যকৰী আৰু মহম্মুদ য়ুনুছ আৰু বাংলাদেশীচৰকাৰৰ মাজত থকা মতানৈক্য দৰকাৰী বিষয় যেনে : গ্ৰামীণ বেঙ্কৰ ধাৰণা আৰু ইয়াৰ কাৰ্যকৰীতা, প্ৰতিষ্ঠাপক, মহম্মুদ য়ুনুছৰ বাংলাদেশ চৰকাৰৰ লগত মতানৈক্যতা, কʼত আৰু কেনেকৈ গ্ৰামীণ বেঙ্ক বৰ্তমানে কৰ্মৰত, য়ুনুছে কি কʼব লাগিছিল আৰু বাংলাদেশ চৰকাৰে কিয় তেওঁক ককৰ্থনা কৰিছিল। য়ুনুছে নʼবেল বঁটা লাভ কৰাৰ তথ্য দৰকাৰী নহয়। 217 দ্যা ভিঞ্চি কোডৰ ভাৰতত বিতৰ্কিত মুকলি দ্যা ভিঞ্চি কোডৰ ভাৰতত মুকলি আৰু ধৰ্ম মতবিৰোধীসকলৰ প্ৰতিবাদ দৰকাৰী বিষয়সমূহ যেনে: দ্যা ভিঞ্চি কোড ছবিখনে সন্মুখীন হোৱা বাধা যেতিয়া ভাৰতত ইয়াক মুকলি কৰা হয়, ধৰ্মীয় দলসমূহৰ মুকলিৰ বিৰোধিতা, তেওঁলোকৰ যুক্তি প্ৰদৰ্শন, খ্ৰীষ্টান ধৰ্মক এক ঋণাত্মক দিশত দেখুওৱা হৈছে। ছবি পুনৰীক্ষণ, ডন ব্ৰাউনৰ লিখকৰ ওপৰত তথ্য, নাইবা দ্যা ভিঞ্চি কোড উপন্যাসখনৰ ওপৰত নিৰ্মিত ছবি এই সকলোবোৰ অদৰকাৰী। 218 চাৰ্ভিকেল কেঞ্চাৰ সজাগতা আৰোগ্য চিটা চাৰ্ভিকেল কেঞ্চাৰ সজাগতা, চিকিৎসাদান আৰু গৱেষণা; নতুন চাৰ্ভকেল কেঞ্চাৰ চিটাৰ ব্যৱহাৰ চাৰ্ভকেল কেঞ্চাৰ আৰু ইয়াৰ চিকিৎসাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। চাৰ্ভকেল কেঞ্চাৰৰ অৱস্থাৰ বিষয় আৰু চাৰ্ভকেল কেঞ্চাৰ চিটা ব্যৱহাৰৰ উপযোগী বুলি ঘোষণা কৰাৰ শেহতীয়া তথ্যবোৰ দৰকাৰী। তথাপি, অন্য কেঞ্চাৰৰ বাতৰি নাইবা কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত তাৰকা, বিশিষ্ট ব্যক্তি আৰু গণ্যমান্য লোকসকলৰ তথ্য দৰকাৰী নহয়। 219 প্ৰথম ভাৰতীয় F1 চাৰ্কিত ভাৰতত প্ৰথম F1 চাৰ্কিত প্ৰথম ভাৰতীয় F1 চাৰ্কিতৰ পৰিকল্পনা আৰু নিৰ্মাণৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। কৰ্মকৰ্তাসকল, সম্ভৱত ঠাইবোৰ, ভাৰতীয় চালকসকলৰ মত, ভাৰত চৰকাৰৰ ভূমিকা নাইবা মত প্ৰয়োজনীয়। ভাৰতীয় F1 চালকসকলৰ জীৱন, বিভিন্ন তথ্য, শেহতীয়া দক্ষতাবোৰ যাৰ সহায়ত ভাৰতীয় F1 গ্ৰেণ্ড পিক্স ঘটনাবোৰত প্ৰতিদন্দ্বিতা কৰিব পৰাৰ তথ্য পোৱা যায়। 220 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ ষ্টিভ ৱʼৰ অৱসৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ ষ্টিভ ৱʼৰ অৱসৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ ষ্টিভ ৱʼৰ অৱসৰৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। নথিত পোৱা ওৱে খেলা অন্তিম খেলখন আৰু খেলৰ শেষত তেওঁক দিয়া সন্মানৰ তথ্যবোৰো দৰকাৰী। প্ৰৱন্ধ এটাত উল্লেখ থকা টেষ্ট খেলত বেটছমেন আৰু দলপতি হিচাপে তেওঁক দিয়া সন্মান দৰকাৰী যদি এইবোৰে তেওঁৰ জীৱনত প্ৰভাৱ পেলায়। বিশ্ব কাপ ক্ৰিকেটৰ প্ৰাকমুহূৰ্তত অৱসৰ লোৱা ষ্টিভ ওৱৰ লগত জড়িত যুক্তি, মত আৰু মতামতবোৰ অদৰকাৰী। 221 বিল আৰু মেলিণ্ডা গেট্‌ছ ফাউণ্ডেচনৰ ভাৰতত মানৱসেৱাৰ কাৰ্যবিধি বিলৰ পৰিকল্পনা আৰু পদক্ষেপবোৰ আৰু মেলিণ্ডা গেটছৰ ভাৰতত দৰিদ্ৰতা, এইডছ, মেলেৰিয়া আৰু পʼলিঅৰ বিৰুদ্ধে সংগ্ৰাম। বিলৰ পৰিকল্পনা আৰু পদক্ষেপবোৰ আৰু মেলিণ্ডা গেটছৰ ভাৰতত দৰিদ্ৰতা, এইডছ, মেলেৰিয়া আৰু পʼলিঅৰ বিৰুদ্ধে সংগ্ৰামৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। বিভিন্ন প্ৰকল্পবোৰৰ পৰা পুঁজি, এনজিওৰ সক্ৰিয়তা, ভাৰতত ফাউণ্ডেচনৰ লক্ষ্য ক্ষেত্ৰবোৰৰ তথ্য দৰকাৰী। বিশ্বত ফাউণ্ডেচনৰ গতিবিধিবোৰ আৰু ব্যক্তিগত খণ্ড হিচাপে বিল গেটছ আৰু মেলিণ্ডা গেটছৰ তথ্য দৰকাৰী নহয়। 222 ২০০৪ৰ গ্ৰীচ ইউৰো কাপ জয়লাভ ২০০৪ৰ গ্ৰীচ ইউৰো কাপ জয়লাভ ২০০৪ৰ গ্ৰীচে ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়লাভ কৰি চমকিত কৰিছিল। গ্ৰীচে খেলা ৰাণ আপৰ পৰা ফাইনেললৈ, হাইলাইটছ নাইবা গʼল স্কোৰ আৰু গ্ৰীচৰ এই জয়ৰ মুখ্য খেলুৱৈৰ তথ্যৰ বৰ্ণনা থকা উচিত। অন্য কোনো ফুটবল খেল প্ৰতিযোগিতা নাইবা অন্য বছৰৰ ইউৰো কাপত গ্ৰীচৰ দক্ষতাৰ তথ্য অপ্ৰয়োজনীয়। 223 পাকিস্তানৰ ইমৰাণ খান কেঞ্চাৰ চিকিৎসালয় পাকিস্তানত ক্ৰিকেট খেলুৱৈ ইমৰাণ খানৰ দ্বাৰা প্ৰতিষ্ঠিত ডি শ্বৌকট খানুম মেমʼৰিয়েল কেঞ্চাৰ চিকিৎসালয় পাকিস্তানত ক্ৰিকেট খেলুৱৈ ইমৰাণ খানৰ দ্বাৰা প্ৰতিষ্ঠিত ডি শ্বৌকট খানুম মেমʼৰিয়েল কেঞ্চাৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। চিকিৎসালয়ৰ আৰম্ভণি , মানুহৰ দান-বৰঙণিসমূহ, বিশিষ্ট ব্যক্তিৰ দৰ্শন আৰু চিকিৎসালয়ৰ পৰিকল্পনা, চিকিৎসা, আৰু গৱেষণাৰ সুবিধাবোৰ দৰকাৰী। চিকিৎসালয়ৰ বিতৰ্ক তথা লগে লগে ইয়াৰ চিকিৎসাৰ অৱসান ঘটাৰ তথ্যও প্ৰয়োজনীয়। ইমৰাণ খান এজন ৰাজনৈতিজ্ঞ নাইবা ক্ৰিকেট খেলুৱৈ হিচাপে প্ৰয়োজনীয় নহয়। 224 আইফোন আইপড মুকলি আৰ্হিৰ জনপ্ৰিয়তা এপʼলছৰ নতুন উৎপাদন যেনে আইফোন আইপড মুকলি আৰ্হিৰ জনপ্ৰিয়তা এপʼলছৰ নতুন উৎপাদন যেনে আইফোন আইপড মুকলি আৰ্হিৰ জনপ্ৰিয়তাই বিপ্লৱ অনাৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো দৰকাৰী। ষ্টিভ জোবছৰ জনপ্ৰিয় মুখ্যটোকা আৰু তেওঁৰ বক্তৃতাৰ উপস্থাপনৰ প্ৰৱন্ধবোৰ দৰকাৰী আৰু এই প্ৰৱন্ধবোৰে উৎপাদন সামগ্ৰীহবোৰৰ আৰ্হি বা গঠনৰ বৰ্ণনা দাঙি ধৰে। এপʼলৰ কৌশল, ৰাজহ আৰু কৰ্মকৰ্তাসকলক সাঙুৰি লোৱাৰ ব্যৱসায় বাতৰি দৰকাৰী নহয়। ষ্টিভৰ জোবছে তেওঁৰ চিইওৰ পদটো টিমোথি কʼক দিয়াৰ তথ্যও দৰকাৰী নহয়। 225 ছাটানিক ভাৰ্ছৰ বিতৰ্ক ছাটানিক ভাৰ্ছৰ বিতৰ্কই ফাটৱা ঘটনা যʼত চলমান ৰুছডিয়ে ইছলামৰ ওপৰত এই উপন্যাসখনৰ বাবে যুক্তি দৰ্শাই, ৰুছডিৰ উত্তেজনা, প্ৰতিক্ৰিয়া আৰু কিতাপখন নিসিদ্ধকৰণৰ ঘটনা সাঙুৰি লয়। ১৯৮৯ত প্ৰকাশিত ফাটৱা ঘটনাৰ লগত জড়িত থকা ডি ছাটানিক ভাৰ্ছ উপন্যাসখনত চলমান ৰুছডিয়ে মত প্ৰকাশৰ তথ্য দৰকাৰী নথিপত্ৰত উল্লেখ থকাটো প্ৰয়োজনীয়। কোনবোৰ ঘটনাই ইছলামীয় ৰাজ্যসমূহক অসন্তুষ্টত কৰিছিল, ফাটৱাৰ অৱস্থা কি হৈছিল, ৰুছডিৰ মতামতবোৰ, ভাৰতৰ দৰে আন দেশবোৰত কিতাপখনৰ নিসিদ্ধকৰণৰ ঘটনাসমূহ প্ৰয়োজনীয় বিষয়।ৰ ৰুছডিয়ে জয়লাভ কৰা বঁটা, তেওঁৰ জনপ্ৰিয় আন কিতাপ, প্ৰৱন্ধ আৰু লিখনিসমূহ, তেওঁৰ ব্যক্তিগত জীৱন আৰু পদ্ম লক্ষ্মীৰ লগত বিবাহৰ ঘটনাসমূহ দৰকাৰী নহয়।